লক্ষীপুৰ: লক্ষীপুৰৰ চাটাইমাৰী, গুমাইঝাৰ সংযোগী পথত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়ত ৰাইজৰ
লক্ষীপুৰৰ চাটাইমাৰী, গুমাইঝাৰ সংযোগী পথত টুলুঙা নাৱেৰে বিপদসংকুল যাতায়ত ৰাইজৰ।চাটাইমাৰী,হিন্দু পাৰা, গুমাইঝাৰ মুছলিম পাৰা, কুলামুৱা গাওঁৰ শশ লোকে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আছে। টুলুঙা নাৱৰ ওপৰত উঠি বিপদসংকুল অৱস্থাত চলাচল কৰিবলগীয়া হৈছে। উল্লেখ্য যে চাৰি বছৰ পূৰ্বে দুৰ্গা ৰাভা নামৰ ঠিকাদাৰ গৰাকীয়ে চাটাইমাৰী - গুমাইঝাৰ সংযোগী পথৰ ঘাগোৱা নদীৰ ওপৰত এখন RCC দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ।