গুৱাহাটী: ‘এটা বছৰে মই নন্দিনীৰ গাড়ী চলাই আছো,মই থকা অৱস্থাত আজিলৈ গাড়ী চলোৱা নাই,পাণবজাৰত মন্তব্য নন্দিনী কাশ্যপৰ গাড়ী চালকৰ
‘এটা বছৰে মই নন্দিনী কাশ্যপৰ গাড়ী চলাই আছোঁ। মই থকা অৱস্থাত তেওঁ আজিলৈকে গাড়ী চলোৱা নাই। বৃহস্পতিবাৰে পাণবজাৰ মহিলা আৰক্ষী থানাত এই মন্তব্য গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ী চালকৰ। মই চলাওতে নলবাৰীত এটা ফাইন লাগিছিল, কাজিৰঙাৰ ফাইনৰ কথা মই গম নাপাও।’ অভিনেত্ৰী নন্দিনী কাশ্যপৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখনৰ চালকৰ এই মন্তব্য।