পশ্চিম যোৰহাট: জুবিন গাৰ্গদেৱ যে আমাৰ মাজত নাই সেয়া আজিও বিশ্বাস কৰিবলৈ টান,যোৰহাটত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ
জুবিন গাৰ্গদেৱ যে আমাৰ মাজত নাই সেয়া আজিও বিশ্বাস কৰিবলৈ টান। আশাকৰোঁ জুবিন গাৰ্গদেৱৰ ৰহস্যময় মৃত্যুৰ প্ৰকৃত সত্য শীঘ্ৰেই পোহৰলৈ আহিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত যোৰহাটত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ