পশ্চিম ডিব্ৰুগড়: হেলমেট নিপিন্ধাৰ বাবেই দেশত ২০২৪ বৰ্ষত ৩০ হেজাৰ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু, বৰবৰুৱাত পথ সুৰক্ষা সজাগতা সভা সম্পন্ন
ডিব্ৰুগড় জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ অৰ্থে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি সোমবাৰে বিয়লি ৫ বজাৰ লৈকে বৰবৰুৱা ব্লক প্ৰেক্ষাগৃহত এক পথ সুৰক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়৷ ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতি, বৰবৰুৱা আৰক্ষী থানা, বৰবৰুৱা আৰক্ষী থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ যৌথ উদ্যোগত আয়োজিত ৱাৰ্ড মেম্বাৰ আৰু শিক্ষাৰ্থীসহ ডেৰ শতাধিক লোকৰ অংশগ্ৰহণ