মৰাণ: খোৱাং বাগিচা খেলপথাৰত অনুষ্ঠিত ৩০ সংখ্যক কৰম পূজা সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ল'লে বিধায়ক চক্ৰধৰ গগৈয়ে
খোৱাং বাগিচা খেলপথাৰত অনুষ্ঠিত ৩০ সংখ্যক কৰম পূজা সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ল'লে বিধায়ক চক্ৰধৰ গগৈয়ে । এইবাৰ খোৱাং চাহ বাগিচাত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে কৰম পূজা