আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক জাৰ্নেল মিঞ্জক চুৰ বুলি বিতৰ্কমূলক মন্তব্য দিয়া অসম চাহ মজদূৰ সংঘ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে সংবাদ মাধ্যমৰ জৰিয়তে ক্ষমা খোজাৰ পাছতে মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৬.৩০ মিনিটত তিনিচুকীয়াত উভটি ধৰিছে সংগঠনটোৱে । এছি এম এছৰ কাৰ্যালয়ত বহি দুই এটা মেডিয়াৰ আগত ক্ষমা খুজিলে সেইটো ক্ষমা খোজা নহয় বুলি মন্তব্য আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট উৰিয়াৰ ।