হোজাই: সুদত টকা লৈ বিপদত এজন যুৱক,সুদত টকা লৈ টকা ঘূৰাই দিবলৈ পলম হোৱাৰ বাবেই যুৱকজনক মাৰপিটৰ অভিযোগ,হোজাই আৰক্ষী থানাত এজাহাৰ
Hojai, Hojai | Aug 2, 2025
হোজাইত সুদত টকা লৈ বিপদত এজন যুৱক।সুদত টকা লৈ টকা ঘূৰাই দিবলৈ পলম হোৱাৰ বাবেই যুৱকজনক মাৰপিট কৰাৰ অভিযোগ।ঘটনা সন্ধৰ্ভত...