Public App Logo
Jansamasya
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
No video available

সোণাৰি: বৰাছালিত পতাকা উত্তোলন কাৰ্যসূচীৰে অসম গোৱালা জাতি সন্মিলনীৰ ২১তম্ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি

Sonari, Charaideo | Mar 5, 2025
বৰাছালিত বাগিচাত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত বৰহাট আঞ্চলিক সমিতিৰ আতিথ্যত তথা স্থানীয় ৰাইজৰ সহযোগত বুধবাৰে ১১বজাত পতাকা উত্তোলন কাৰ্যসূচীৰে অসম গোৱালা জাতি সন্মিলনীৰ ২১তম্ প্ৰতিষ্ঠা দিৱসটো কাৰ্যসূচী শুভাৰম্ভ কৰে।আনহাতে স্মৃতি তৰ্পণ কৰে গোৱালা জাতি সন্মিলিনীৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক সুৰেন্দ্ৰ গোৱালাই।
সোণাৰি: বৰাছালিত পতাকা উত্তোলন কাৰ্যসূচীৰে অসম গোৱালা জাতি সন্মিলনীৰ ২১তম্ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি - Sonari News