নলবাৰী: চহৰৰ বীৰ লাচিত সেনাৰ কাৰ্য্যালয় লণ্ডভণ্ড কৰিলে বিশ্ব হিন্দু পৰিষদ বজৰং দলে
নলবাৰীত বীৰ লাচিত সেনাৰ কাৰ্য্যালয় লণ্ডভণ্ড ।বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ সদস্যই ফালিলে নলবাৰীৰ হাটখোলাস্থিত বীৰ লাচিত সেনাৰ মুখ্য কাৰ্য্যালয়ৰ বেনাৰ পোষ্টাৰ।বীৰ লাচিত সেনাৰে সংঘাত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ।বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতা নয়ন তালুকদাৰক বীৰ লাচিত সেনাৰ সদস্য পাপু অসমে ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ।