#assam sangbad 24 ghata
শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰৰ বৰছলাত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় ৰেচম বৰ্ড আৰু কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (CMER&TI), লাহদৈগড়, যোৰহাটৰ উদ্যোগত ১৪ আৰু ১৫ জুলাইত "Muga and Eri Silkworm Disease Monitoring and Management in North East States" শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়।