Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
India
कांग्रेस
मौत
Congress
Modi
Delhi
Viral
Rajasthan
मध्यप्रदेश
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
Uttarpradesh
Haryana
Uttarakhand
Crimenews
Karnataka
Aap
No video available

ঢেকিয়াজুলি ভাগ: শিল-বালি মাফিয়াই সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে ঢেকীয়াজুলিত ক্ষোভিত নিখিল ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি

ঢেকীয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথক শিল-বালি মাফিয়াই আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে শনিবাৰে দিনৰ ১১ বাজি ৩০ মিনিটত ঢেকীয়াজুলিত ক্ষোভিত হৈ পৰিছে নিখিল ৰাভা ছাত্ৰ শোণিতপুৰ জিলাৰ সভাপতি বিক্ৰম ৰাভা ৷ উল্লেখ্য যে ২৯ জুন ২০২৫ তাৰিখে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ পাঁচনৈত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দল এটাক আক্ৰমণ কৰিছিল শিল-বালি মাফিয়াই ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ND 24 নিউজ চেনেলৰ ঢেকীয়াজুলিৰ সাংবাদিক বিমলজ্যোতি নাথ ৷