নগাঁও: ৰূপহীহাটৰ উত্তৰ খাটোৱালত দুই ফৈদৰ মাৰ পিটত মৃত্যু এজনৰ,ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত,আটক এজন
Nagaon, Nagaon | Aug 27, 2025
ৰূপহীহাটৰ খাটোৱালত বুধবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত দুই ফৈদৰ মাৰ পিটত মৃত্যু এজনৰ। খাটোৱালৰ সুৰুজ আলী আৰু আবুল হাছিমৰ...