নলবাৰী: কলিতা জনগোষ্ঠীৰ প্ৰতিবাদত কপিল চহৰৰ ৰাজপথ
কলিতা সকলক জনজাতি কৰণৰ দাবীত নলবাৰীত কলিতা আলপাইন জনগোষ্ঠীৰ জোৰ সমদল ।নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা উলিওৱা হয় উক্ত প্ৰতিবাদী সমদল৷আজি কেন্দ্ৰীয় সমিতিৰ উদ্যোগত উক্ত প্ৰতিবাদী সমদলত সংগঠনটোৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।