পূব ডিব্ৰুগড়: যাত্ৰীবাহী বাছত যুৱতীক দুৰ্ব্যৱহাৰ কৰা চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'বঃ সদৰত জনালে জিলা পৰিবহন বিষয়া গৌতম ডেকাই
ডিব্ৰুগড়ত যাত্ৰীবাহী বাছ এখনত কালি যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাত সমগ্ৰ জিলা খনতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । ইতিমধ্যে বাছৰ চলক, হেণ্ডিমেনক আটক কৰিছে ।যুৱতীক দুৰ্ব্যৱহাৰ কৰা চালকৰ বিৰোদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব সদৰত জনালে ডিব্ৰুগড় পৰিবহন বিষয়া গৌতম ডেকাই ।