পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ আলীমুৰত ভয়ংকৰ পথ দুৰ্ঘটনা , মটৰচাইকেল আৰু বিলাসী বাহনৰ মাজত মুখামুখি সংঘৰ্ষত এজন থিতাতে নিহত
ডিব্ৰুগড়ৰ আলীমুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। AS23 AG6418 নম্বৰৰ হিৰ' গ্লেমাৰ বাইক আৰু AS06 AF 1776 নম্বৰৰ বিলাসী বাহনৰ মাজত মুখামুখি সংঘৰ্ষত অচিনাক্ত এজন বাইক আৰোহী থিতাতে নিহত হয় আৰু আনজনক সংকটজনক অৱস্থাত AMCH লৈ প্ৰেৰণ কৰে ।