মৰাণ: মৰাণ চাহ বাগিচাত অনুষ্ঠিত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে শ শ চাহ শ্ৰমিক ৰাইজে
জুবিন গাৰ্গৰ মৃত্যুত আজিও ৰাজ্যত শোকাকুল পৰিৱেশ সৃষ্টি হৈ আছে। ইয়াৰ মাজতে আজি মৰাণ চাহ বাগিচাত অনুষ্ঠিত হোৱা জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে শ শ চাহ বাগিচা শ্ৰমিক ৰাইজে ।