সৃজনগ্ৰাম: স্বাধীনতা দিৱসৰ দিনা হাতত উন্মুক্ত চোকা অস্ত্ৰলৈ তাণ্ডৱ চলোৱা কিশোৰৰ বিৰুদ্ধে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰে দল সংগঠনে
Srijangram, Bongaigaon | Aug 16, 2025
১৫ আগষ্টত ঐতিহাসিক ৰাজবাৰী পুখুৰীৰ সন্মুখৰ ৰাজ পথত হাতত উন্মুক্ত চোকা অস্ত্ৰ লৈ অশ্লীল গালি গালাজেৰে এগৰাকী কিশোৰে...