আজাৰা: বৰষুণৰ মাজতো সোণাপুৰত জুবিন গাৰ্গৰ "মায়াবিনী"ৰে ন্যায়ৰ দাবী অনুৰাগীৰ
এজাক বৰষুণে ধুই নিলে সোণাপুৰৰ জুবিন ক্ষেত্ৰ ।কেইবাশতাধিক অনুৰাগীয়ে প্ৰচণ্ড বৰষুণৰ মাজতো অশ্ৰুসিক্ত নয়নেৰে সমস্বৰে গালে মায়াবিনী । উত্থাপন কৰিলে ন্যায়ৰ প্ৰসংগ, দিলে জয় জুবিন দা ধ্বনি ।