তিনিচুকীয়া: টেঙাপানী গাঁও গড় বস্তি তিনি আলীত শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৫১ তম বাৰ্ষিক দুৰ্গা পূজা উদযাপন
টেঙাপানী গাঁও গড় বস্তি তিনি আলীত দেওবাৰে শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৫১ তম বাৰ্ষিক দুৰ্গা পূজা উদযাপনৰ আয়োজন কৰা হৈছে । আজি ষষ্ঠী , দেৱী দূর্গাক পূজাৰ বেদিত প্ৰতিষ্ঠা কৰাৰ উপলক্ষে বিয়লি প্ৰায় ৪ বজাত পূজা সমিতিয়ে ধর্মীয় কলহ যাত্ৰা বাহিৰ কৰে । প্রাণৰ শিল্পীৰ অকাল বিয়োগত শোক স্তব্ধ হোৱাৰ হেতু এইবাৰ পূজাভাগ কোনো জাক জমকতা নাৰাখে বুলি অৱগত কৰে ।