আজাৰা: ৰাণীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ
মহানগৰীৰ সমীপৰ গাও ৰাণীত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ । বৰঝাৰ বিমানবন্দৰৰ দায়িত্বত থকা আদানীৰ ফালৰ পৰা আয়োজন কৰা হয় এই স্বাস্থ্য পৰীক্ষা শিবিৰ। শিবিৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঔষধো যোগান ধৰা হয় যত ৩০০ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে।