তিনিচুকীয়া: জনজাতি কৰণৰ দাবীত মাকুম বাইপাছত অব্যাহত আছে মৰাণ জনগোষ্ঠীৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচী
মঙ্গলবাৰেও অব্যাহত আছে জনজাতি কৰণৰ দাবীত মাকুম বাইপাছত মৰাণ জনগোষ্ঠী অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচী । আবদ্ধ হৈ আছে শ শ সামগ্ৰী কঢ়িওৱা বাহন। যোৱা কালি পুৱাৰ ভাগৰ পৰা সন্ধ্যা লৈকে মাকোম বাইপাছত আজি দুপৰীয়া প্ৰায় ১২ বজাত এনেদৰে পাৰ হৈ যোৱা মালবাহী ট্ৰাক সমূহ ৰখাই আবদ্ধ কৰি ৰাখিছে ।