নগাঁও: বিজেপি চৰকাৰৰ বিৰুদ্ধে আমবাগানত তীব্ৰ প্ৰতিবাদ,হিন্দু বাঙালী সকলৰ "ডি" ভোটাৰ প্ৰত্যাহাৰকে ধৰি
Nagaon, Nagaon | Sep 10, 2025
বিজেপি চৰকাৰৰ বিৰুদ্ধে বুধবাৰে নিশা প্ৰায় ৯ মান বজাত আমবাগানত তীব্ৰ প্ৰতিবাদ।হিন্দু বাঙালী সকলৰ "ডি" ভোটাৰ প্ৰত্যাহাৰ,...