আজাৰা: পুনৰ কৃত্ৰিম বানত বুৰিল যোৰাবাট ।
পুনৰ কৃত্ৰিম বানত বুৰিল যোৰাবাট । যোৰাবাটৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে জিলা আয়ুক্তই পৰিদৰ্শন কৰাৰ পাছতেই পুনৰ বানত ডুবিল যোৰাবাটৰ ২৭ আৰু ৬নং ৰাষ্ট্ৰীয় ঘাইপথ । আজি কিছু সময় পূৰ্বে কামৰূপ মহানগৰ জিলা আয়ুক্তই চেন্নাই আ.আই.টিৰ তত্বাৱধানত "ৰবটিক পাইপ ক্ৰলাৰ চিষ্টেম"ৰ যোগেৰে নলা আৰু কাৰ্লভাৰ্টৰ ভিতৰভাগ পৰিদৰ্শন কৰাৰ চেষ্টা কৰিছিল । কিন্তু এই পৰিদৰ্শন ক