নগাঁও: এনআৰচিৰ নথি-পত্ৰ চুৰি হোৱা ঘটনাৰ পিছতেই বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় নথি-পত্ৰ
Nagaon, Nagaon | Aug 25, 2025
প্ৰসংগ: বটদ্ৰৱাৰ NSK কেন্দ্ৰৰ পৰা 𝐍𝐑𝐂ৰ গুৰুত্বপূৰ্ন নথি পত্ৰ চুৰি হোৱা ঘটনাৰ বাতৰি সম্প্রচাৰ হোৱাৰ পিছতেই সোমবাৰে...