নগাঁও: নগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত NHM ৰ কৰ্মীসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন
Nagaon, Nagaon | Nov 3, 2025 *সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা (NHM) অসম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ অৱস্থান ধৰ্মঘট ও কৰ্মবিৰতি।* *নগাঁও যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত NHM ৰ কৰ্মীসকলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন।* *সমান কামৰ বাবে সমান মজুৰি প্ৰদান দাবী চৰকাৰলৈ।* *ৰাষ্ট্ৰীয় স্বাস্থ্যকৰ্মীসকলক নিয়মিয়া কৰাৰ দাবী উত্থাপন কৰে।* *শতাধিক NHM ৰ কৰ্মীসকলে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় কপাই তুলে।*