বৰপেটা: ভূলোকাবাৰীত ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামান সংবিধান মতে দেশ চলাবলৈ নৰেন্দ্ৰ মোদী-হিমন্ত বিশ্ব শৰ্মাক আহবান
Barpeta, Barpeta | Aug 15, 2025
ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে সংবিধানৰ নামত শপথ খাই শাসনৰ বাঘজৰী হাতত লোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...