ছিপাঝাৰ: অত্যাধিক বোজা কঢ়িওৱা বাহন চলাচলক লৈ ন-আলিপথত উতপ্ত পৰিস্থিতি,১৬ চকীয়া ট্ৰাক আবদ্ধ হৈ পৰিল ৰাজপথত
Sipajhar, Darrang | Aug 23, 2025
কিছুদিন পূৰ্বে এক দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে অঞ্চলটোৰ স্থানীয় লোক আৰু প্ৰশাসনে ন আলি পথত চলাচল বন্ধ ৰাখিছিল গধুৰ বাহনৰ...