বিজনী ভাগ: বৰপথাৰ বজাৰত কংগ্ৰেছৰ প্ৰাৰ্থী অবিনাশ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ
১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰপথাৰ বজাৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অবিনাশ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ,সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা,১৮ নং মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অবিনাশ ব্ৰহ্মক ভোট দি জয়যুক্ত কৰাই দিয়াৰ আহ্বান জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাই।