নলবাৰী: জিলা আয়ুক্ত কাৰ্যালয় চৌহদত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উদযাপন
জিলা আয়ুক্ত কাৰ্যালয় চৌহদত আজি উলহ মালহেৰে সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা অনুষ্ঠিত হয়।পূজাত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে সমূহ প্ৰশাসনিক বিষয়াসকল আৰু আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ কনিষ্ঠ কৰ্মচাৰী সকল উপস্থিত থাকে ।