মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত উত্তৰপুৱ কয়লাক্ষেত্ৰৰ উচ্ছেদ অভিযানত প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি লোকচান হোৱাৰ অভিযোগ ভূক্তভোগীৰ
Margherita, Tinsukia | Sep 9, 2025
উত্তৰপুৱ কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় হস্পিতেলৰ সমীপত যোৱা ৬ তাৰিখে ক'ল ইণ্ডিয়া লিমিটেডে নিৰাপত্তাৰক্ষীক লগত লৈ...