মানকাচৰ: হাটশিঙিমাৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে জিলা শ্ৰম বিষয়াৰ অভিযান, অভিযানত উদ্ধাৰ 4 গৰাকীকৈ শিশু শ্ৰমিক
Mankachar, South Salmara-Mankachar | Aug 26, 2025
মঙলবাৰে সন্ধিয়া আনুমানিক 6 বজাত জিলা শ্ৰম বিষয়াই শিশু শ্ৰমিকৰ বিৰুদ্ধে চলোৱা অভিযানত উদ্ধাৰ কৰা শিশু শ্ৰমিক সকলক জিলা...