পশ্চিম যোৰহাট: ৰাজমাও পুখুৰীৰ সমীপত আৰক্ষী লগত হতাহতি দল সংগঠনৰ , ২০ টা সংগঠনৰ জোৰ সমদলত বাধা আৰক্ষীৰ আৰু এনে পৰিস্থিতিৰ সৃষ্টি
ৰাজমাও পুখুৰীৰ সমীপত আৰক্ষী লগত হতাহতি দল সংগঠনৰ । ২০ টা সংগঠনৰ জোৰ সমদলত বাধা আৰক্ষীৰ। আজি যোৰহাটত ২০ টা জাতীয় দল সংগঠনৰ প্ৰতিবাদ । কেইবাটাও দাবীত নগৰৰ মাজেৰে উলিওৱা হয় জোৰ সমদল । আৰক্ষীয়ে বাধা প্ৰদান কৰে এই সমদল । আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদ কাৰী আগুৱাই যায় জোৰ লৈ । শতাধিক আৰক্ষী মোতায়েন কৰা হয় প্ৰতিবাদ স্থলীত ।