সৃজনগ্ৰাম: কাকৈজানাত কাকৈজানা মণ্ডল বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত, উপস্থিত থাকে বঙাইগাঁও জিলা সভাপতি বিজেপি সভাপতি
Srijangram, Bongaigaon | Aug 27, 2025
বুধবাৰে বঙাইগাঁও জিলাৰ অধীনত ১৬ নং অভয়াপুৰী বিধানসভা সমষ্টি কাকৈজানাত কাকৈজানা মণ্ডল বিজেপিৰ সাংগঠনিক সভা অনুষ্ঠিত হয়...