নগাঁও: বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা, সমগ্ৰ দেশৰ লগতে নগাওঁ জিলাতো আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা
Nagaon, Nagaon | Sep 17, 2025 আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ দেশৰ লগতে নগাওঁ জিলাতো আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা , উপস্থিত BPCH ৰ অধ্যক্ষ বুধবাৰে দিনৰ আনুমানিক ৫ বজালৈকে নগাঁৱতো উলহ মালহেৰে বৈদিক নিয়মেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় । বিশ্বকৰ্মা পূজা উপলক্ষে আজি সমগ্ৰ জিলাতে উৎসৱ মুখৰ পৰিবেশ পৰিলক্ষিত হৈছে। ভাদমাহৰ সংক্ৰান্তিত কল-কাৰখানা সমূহত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ বাবে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে পূজাস্থলীসমূহ।