বৰপেটা: প্ৰয়াত আব্দুল মজিদৰ শুকমানাহৰ বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
Barpeta, Barpeta | Aug 20, 2025
শুকমানাহ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্যা ছকিনা খাতুনৰ শহুৰ আব্দুল মজিদে কিছুদিন আগতে ইহ সংসাৰৰ পৰা শেষ বিদায় লয়...