সাপেখাতী: নগাকটা বলমীত গৰু চোৰৰ
উপদ্ৰপ, একেদিনাই দুটা ম'হ,চাৰিটা গৰু চোৰ কৰি নিয়ে
শুক্ৰবাৰে ৩-৩০বজাত বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগাকটা বলমীত একেদিনাই দুটা ম'হ,চাৰিটা গৰু চোৰ হোৱা কাৰ্যই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।উল্লেখ্য যে নগাকটা বলমী গাঁৱৰ চুকলাল টুডুৰ এটা ম'হ, ৰাজীৱ মাঝিৰ এটা ম'হ, চুৰাই মাঝিৰ এটা গৰু, জুলিয়াচ মূৰ্মুৰ এটা গৰু, লোহিত হাজৰিকা এটা গৰু নিৰাল টুডুৰ এটা গৰু চোৰে চোৰ কৰি নিয়ে।