Public App Logo
Jansamasya
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Fatehpur
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
No video available

সাপেখাতী: পশ্চিম নলবৰীয়াত চোলাই মদৰ বিৰুদ্ধে আৰক্ষী তীব্ৰ অভিযান,৩০০লিটাৰ পাচ নষ্ট

Sapekhati, Charaideo | Feb 11, 2024
দেওবাৰে ৰাতিপুৱা ১০ বজাত বৰহাট আৰক্ষীয়ে চোলাই মদৰ বিৰুদ্ধে পশ্চিম চাংমাইত তীব্ৰ অভিযান চলায় চলায়। উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চোলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে চোলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি বৰহাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া এ এচ আই উত্তম শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীয়ে অভিযান চলাই পশ্চিম নলবৰীয়াত কেইবাটাও চোলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ৩০০লিটাৰ চোলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।