দেৰগাঁও: কমাৰগাঁৱত নিশা ভয়ংকৰ পথ দূৰ্ঘটনা, অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত অচ্যুত কোঁৱৰ নামৰ এজন যুৱক
Dergaon, Golaghat | Aug 26, 2025
মঙ্গলবাৰে মাজ নিশা প্ৰায় ১ বজাত গোলাঘাট কমাৰগাঁৱৰ তামুলীপথাৰৰ ৩৭ নং চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ...