গোলাঘাট: বন কৰ্মী দশমী দুৱৰাৰ মৃত্যুৰ উচ্চস্তৰীয় তদন্তৰ দাবীত জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সমীপত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ
Golaghat, Golaghat | Aug 21, 2025
বৃহস্পতি বাৰে দিনৰ প্ৰায় ১ বজাত বন বিভাগৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু ন্যায়...