তিনিচুকীয়া: পানীতোলাত National 13 Pencak silat championship ত ৰূপৰ পদক অর্জন কৰা ভাগ্যশ্ৰী বৰুৱাক উষ্ম আদৰণি স্থানীয় ৰাইজ দল সংগঠনৰ
পানীতোলালৈ গৌৰৱ। তিনিচুকীয়া জিলা পানীতোলাৰ নিবাসী স্বৰ্গীয় প্ৰনৱ বৰুৱা আৰু মাতৃ লখিমী বৰুৱাৰ সুযোগ্য কণ্যা ভাগ্যশ্ৰী বৰুৱাই সুদূৰ কৰ্ণাটকত অনুষ্ঠিত হোৱা National 13 Pencak silat championship 2025 ত অসমৰ হৈ অংশগ্ৰহণ কৰি ৰূপৰ পদক পাবলৈ সক্ষম হয় ।আজি মঙ্গলবাৰে বিয়লি প্ৰায় ৪ ,বজাত খেলুৱৈ গৰাকী পানীতোলাত উপস্থিত হোৱাৰ পিছতে বিভিন্নজনে সম্বৰ্ধনা জনাই ।