Public App Logo
Jansamasya
National
Swasthnarisashaktparivar
Delhi
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth

নগাঁও: প্ৰিয় শিল্পীৰ শেষকৃত্যৰ পাছতেই আত্মহত্যাৰ চেষ্টা কহুৱাতলীৰ এজন অনুৰাগীৰ

Nagaon, Nagaon | Sep 23, 2025
প্ৰিয় শিল্পীৰ শেষকৃত্যৰ পাছতেই আত্মহত্যাৰ চেষ্টা নগাঁৱৰ এজন অনুৰাগীৰ। জুবিন গাৰ্গক হেৰুওৱাৰ বেদনা সহিব নোৱাৰি বিষ পান কৰিলে অনুৰাগীয়ে। নগাঁৱৰ কহুৱাতলীৰ দ্বীপজ্যোতি ৰাজখোৱাই পান কৰিলে বিষাক্ত দ্ৰৱ । সম্প্ৰতি ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত মৃত্যুৰ লগত যুঁজি আছে দ্বীপজ্যোতি ৰাজখোৱাই।

MORE NEWS