মৰিয়নি: চাৰিটা দাবীৰে মৰিয়নিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ, দাবী মনি নল'লে '২৬ৰ নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ
Mariani, Jorhat | Aug 4, 2025
চাৰিটা দাবীৰে মৰিয়নিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ । দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰে...