চেঙা: বিধায়ক আমিনুল ইছলামক তথ্যৰ যোগানৰ উজুহাত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ সন্দৰ্ভত চেঙাত বিধায়ক আশ্ৰাফুল হুছেইনৰ সংবাদমেল
Chenga, Barpeta | Aug 26, 2025
বিধায়ক আমিনুল ইছলামৰ কাৰাবন্দীৰ ১২৬ দিন সম্পূৰ্ণ। তেওৰ গোচৰ সন্দৰ্ভত মঙলবাৰে বিচাৰৰ দিন আছিল। চৰকাৰী পক্ষৰ অধিবক্তাই...