শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত লেহেমীয়া হোৱাৰ অভিযোগ ।জালুকবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ । বিশ্ববিদ্যালয়ৰ পৰা বৃহৎ সমদল কৰি জালুকবাৰীলৈ ওলাই আহিল ছাত্ৰ সমাজ । অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, SIT হায় হায় শ্লোগানেৰে উত্তাল প্ৰতিবাদ । ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ ছাত্ৰ সমাজৰ ।