আজাৰা: সাগৰপৃষ্ঠত সৃষ্টি হোৱা "মন্থা"ৰ প্ৰভাৱত অসমত হব বৰষুণ
সাগৰপৃষ্ঠত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ "মন্থা"ৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত । এই ঘূৰ্ণীবতাহে ইতিমধ্যে উপকূলীয় অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে । ঘণ্টাত ১১০/১২০ কিমি গতিবেগত বলিছে ধুমুহা। উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহৰ ধ্বংসলীলা অব্যাহত আছে। অসমটো এই ঘূৰ্ণীবতাহৰ আগন্তুক দুদিনত বৰষুন অব্যাহত থাকিব।