সোণাৰি: সোমবাৰে চৰাইদেউৰ উদয়পুৰ গাঁও পঞ্চায়তত জটিল ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক প্ৰদান ।
সোমবাৰে চৰাইদেউৰ উদয়পুৰ গাঁও পঞ্চায়তত জটিল ৰোগত আক্ৰান্ত লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক প্ৰদান । আজি সোমবাৰে দিনৰ ভাগত চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ গাঁও পঞ্চায়তৰ বহুকেইজন লোকৰ জটিল ৰোগত আক্ৰান্ত হৈ থকাত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ স্থানীয় বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহনৰ যোগেদি লাভ কৰা চেক আজি বিজেপিৰ জিলা সামাজিক মাধ্যমৰ সহ আহ্বায়ক সীমান্ত গগৈ আৰু ৰিতু গগৈয়ে প্ৰদান কৰে ।