গোলাঘাট: গুলি খাই মৰি যাম,মেৰাপানীত তৈল খেজুৰৰ খেতি কৰিবলৈ নিদিওঁ,মেৰাপানীত হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ
গুলি খাই মৰি যাম,মেৰাপানীত তৈল খেজুৰৰ খেতি কৰিবলৈ নিদিওঁ বুলি মেৰাপানীত হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ।নগা অধীকৃত ভূমিত তৈল খেজুৰৰ পুলি ৰোপণ কৰি খেতি কৰাক লৈ বুধবাৰে দিনৰ প্ৰায় ২ বজাত মেৰাপানীত উত্তপ্ত পৰিস্থিতি l নগাৰ ভয়ত মুৰ তললৈ কৰি ৰাইজক মৰিবৰ কাৰণে আগবঢ়াই দিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই l গুলি খাই মৰি যাম,তথাপিও তৈল খেজুৰৰ খেতি কৰি গোলাঘাট জিলাৰ কৃষক সকললৈ সংকট কঢ়িয়াই আনিছে নিদিওঁ বুলি মন্তব্য বিদ্যুত শইকীয়াৰ।