মাৰ্ঘেৰিটা: ছাত্ৰীৰ সৈতে অশ্লীল আচৰণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা প্ৰধান শিক্ষকক মুক্তিৰ দাবীত পেঙেৰীত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ
Margherita, Tinsukia | Aug 9, 2025
তিনিচুকীয়া জিলাৰ পেঙেৰীস্থিত এখন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক টাংক নেৱাৰক সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অশ্লীল...