নলবাৰী: ছাত্ৰ সন্থাৰ প্ৰতিবাদত কপিল নলবাৰী চহৰৰ ৰাজপথ,অসমৰ পৰা অবৈধ বাংলাদেশী,মৌলবাদীক উৎখাত কৰাৰ দাবী
ছাত্ৰ সন্থাৰ প্ৰতিবাদত কপিল নলবাৰীৰ ৰাজপথ ।অসমৰ পৰা অবৈধ বাংলাদেশী,মৌলবাদীক উৎখাত কৰাৰ দাবীত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।নলবাৰী চহৰত প্ৰতিবাদী সমদল ছাত্ৰ সন্থাৰ । অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ণ কৰাৰ দাবী ।