মৰাণ: খোৱাং চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়, এখন গেলামালৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড
খোৱাং চাৰিআলিত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। খোৱাং চাৰিআলিত গকুল গগৈ নামৰ ব্যক্তি জনৰ এখন গেলামালৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। ফলত ১০ লাখৰো অধিক মূল্যৰ সা- সম্পত্তি অনিষ্ট হয় । বৈদ্যুতিক শ্বটচাৰ্কিটৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও প্ৰকৃত ঘটনা এতিয়াও পোহৰলৈ অহা নাই।